Ministers List of the Assam // অসমৰ মন্ত্ৰী সকলৰ নামৰ তালিকা


অসমৰ মন্ত্ৰী সকলৰ নামঃ- 

Sarbananda Sonowal

১। অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত জগদীশ মুখী
২।অসমৰ মুখ্য মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত সৰ্বানন্দ সোনৱাল
৩।অসমৰ কৃষি আৰু পশুপালন মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত অতুল বৰা
৪।অসমৰ বন মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত পৰিমল সুক্লবৈদ্য
৫।অসমৰ বিদ্যুত মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত তপন গগৈ
৬।অসমৰ বিত্ত মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ ডঃ হিমন্ত বিশ্ব শৰ্মা
৭।অসমৰ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ ডঃ হিমন্ত বিশ্ব শৰ্মা
৮।অসমৰ আইন মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য
৯।অসমৰ শিক্ষা মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য
১০।অসমৰ জলসিঞ্চন মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত ভবেশ কলিতা
১১।অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত নৱ কুমাৰ দলে
১২।অসমৰ হেণ্ডলুম আৰু টেক্সটাইল, সংখ্যালঘু উন্নয়ণ মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত ৰঞ্জিত দত্ত
১৩। অসমৰ সমাজ কল্যাণ বিভাগ আৰু মাটি সংৰক্ষণ মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীমতী প্ৰমিলা ৰাণী ব্ৰহ্ম
১৪। অসমৰ পৰিবহন বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত চন্দ্ৰ মোহন পাটোৱাৰী
১৫। খাদ্য আৰু যোগান মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত ফণীভূষণ চৌধুৰী
১৬। পৰ্যটন আৰু পিছপৰা জাতিৰ যোগান মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰী চন্দন ব্ৰহ্ম
১৭।পাহাৰীয়া এলেকা উন্নয়ন মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত ছাম ৰংহাং
১৮। গাওঁ এলেকা উন্নয়ন মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত পীষুশ হাজৰিকা
১৯। পানী সংৰক্ষন আৰু বিজ্ঞান,প্ৰযুক্তিবিদ্যা মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ  শ্ৰীযুত কেশৱ মহন্ত
২০।জনস্বাস্থ্য প্রকৌশল ও সমবায় সমিতি পৰিচালনা মন্ত্ৰী গৰাকীৰ নাম কি?
উঃ শ্ৰীযুত ৰিহণ দৈমাৰী


😂😂😂😂


Post a Comment

0 Comments